{
	"@metadata": {
		"authors": [
			"Bishnu Saikia",
			"Gitartha.bordoloi",
			"Macofe"
		]
	},
	"globalblocking-desc": "আই পি ঠিকনাসমূহ [[Special:GlobalBlockList|একাধিক ৱিকিত বাধা দিয়াত]] [[Special:GlobalBlock|অনুমতি দিয়ে]]",
	"globalblocking-block": "এটা আই পি ঠিকনা গোলকীয়ভাৱে বাৰণ কৰক",
	"globalblocking-block-intro": "আপুনি এই পৃষ্ঠা ব্যৱহাৰ কৰি সকলো ৱিকিতে এটা আই পি ঠিকনা বাৰণ কৰিব পাৰিব।",
	"globalblocking-block-reason": "কাৰণ:",
	"globalblocking-block-reason-dropdown": "* প্ৰতিবন্ধকৰ সাধাৰণ কাৰণসমূহ\n** ক্ৰছ্‌ৱিকি স্পেমিং\n** ক্ৰছ্‌ৱিকি অভদ্ৰামি\n** ধ্বংসপ্ৰৱণতা",
	"globalblocking-block-edit-dropdown": "প্ৰতিবন্ধকৰ কাৰণসমূহ সম্পাদনা কৰক",
	"globalblocking-block-expiry": "ম্যাদ উকলিব:",
	"globalblocking-block-expiry-selector-other": "অন্য সময়:",
	"globalblocking-block-legend": "এটা আই পি ঠিকনাক গোলকীয়াভাৱে বাৰণ কৰক",
	"globalblocking-ipbanononly": "কেৱল বেনামী ব্যৱহাৰকাৰীক বাৰণ কৰক",
	"globalblocking-block-expiryinvalid": "আপুনি লিখা ম্যাদ উকলাৰ সময় অবৈধ।",
	"globalblocking-block-submit": "এই আই পি ঠিকনাক গোলকীয়াভাৱে বাৰণ কৰক",
	"globalblocking-modify-submit": "এই গোলকীয় বাধা পৰিৱৰ্তন কৰক",
	"globalblocking-block-success": "আই পি ঠিকনা $1ক সকলো প্ৰকল্পতে সফলতাৰে বাধা দিয়া হৈছে।",
	"globalblocking-modify-success": "$1ৰ গোলকীয় বাধা সফলতাৰে পৰিৱৰ্তন কৰা হৈছে",
	"globalblocking-block-alreadyblocked": "আই পি ঠিকনা $1ক ইতিমধ্যেই গোলকীয়াভাৱে বাৰণ কৰা হৈছে।\n[[Special:GlobalBlockList|গোলকীয় প্ৰতিবন্ধৰ তালিকা]]ত আপুনি বৰ্তমানৰ প্ৰতিবন্ধকসমূহ চাব পাৰিব, বা এই প্ৰপত্ৰ পুনৰ জমা কৰি কোনো প্ৰতিবন্ধকৰ ছেটিংসমূহ সলাব পাৰিব।",
	"globalblocklist-summary": "বৰ্তমান সক্ৰিয় হৈ থকা সকলো গোলকীয় প্ৰতিবন্ধকৰ তালিকা ইয়াত দিয়া হ'ল।\nকিছুমান প্ৰতিবন্ধক স্থানীয়ভাৱে নিষ্ক্ৰিয় বুলি চিহ্নিত কৰা হৈছে: ইয়াৰ অৰ্থ এই যে সেইবোৰে আন চাইটৰ কাম কৰি আছে, কিন্তু এজন স্থানীয় প্ৰশাসকে এই ৱিকিত সেইবোৰ নিষ্ক্ৰিয় কৰাৰ সিদ্ধান্ত লৈছে।",
	"globalblocking-list": "গোলকীয়ভাৱে বাৰণ কৰা আইপি ঠিকনাৰ তালিকা",
	"globalblocking-search-legend": "গোলকীয় প্ৰতিবন্ধক সন্ধান কৰক",
	"globalblocking-search-submit": "প্ৰতিবন্ধক অনুসন্ধান কৰক",
	"globalblocking-list-anononly": "কেৱল বেনামী",
	"globalblocking-list-unblock": "অপসাৰণ",
	"globalblocking-list-whitelisted": "$1ৰ দ্বাৰা স্থানীয়ভাৱে নিষ্ক্ৰিয়: $2",
	"globalblocking-list-whitelist": "স্থানীয় অৱস্থা",
	"globalblocking-list-modify": "পৰিবৰ্তন",
	"globalblocking-list-noresults": "অনুৰোধ কৰা আই পি ঠিকনাটো বাৰণ কৰা হোৱা নাই।",
	"globalblocking-goto-block": "এটা আই পি ঠিকনা গোলকীয়ভাৱে বাৰণ কৰক",
	"globalblocking-goto-unblock": "এটা গোলকীয় বাধা আঁতৰাওক",
	"globalblocking-goto-status": "এটা গোলকীয় বাধাৰ স্থানীয় অৱস্থা সলাওক",
	"globalblocking-return": "গোলকীয় প্ৰতিবন্ধকৰ তালিকালৈ উভতি যাওক",
	"globalblocking-notblocked": "আপুনি লিখা আই পি ঠিকনাটো ($1) গোলকীয়ভাৱে বাৰণ কৰা নাই।",
	"globalblocking-unblock": "এটা গোলকীয় প্ৰতিবন্ধক আঁতৰাওক",
	"globalblocking-unblock-legend": "এটা গোলকীয় প্ৰতিবন্ধক আঁতৰাওক",
	"globalblocking-unblock-submit": "গোলকীয় প্ৰতিবন্ধক আঁতৰাওক",
	"globalblocking-unblock-reason": " কাৰণ:",
	"globalblocking-unblock-unblocked": "আপুনি '''$1''' আই পি ঠিকনাত থকা গোলকীয় প্ৰতিবন্ধক #$2 সফলতাৰে আঁতৰ কৰিলে",
	"globalblocking-unblock-intro": "এই প্ৰপত্ৰ ব্যৱহাৰ কৰি আপুনি এটা গোলকীয় প্ৰতিবন্ধক আঁতৰাব পাৰিব।",
	"globalblocking-whitelist": "গোলকীয় প্ৰতিবন্ধকৰ স্থানীয় অৱস্থা",
	"globalblocking-whitelist-notapplied": "এই ৱিকিত গোলকীয় প্ৰতিবন্ধক প্ৰয়োগ কৰা হোৱা নাই,\nগতিকে গোলকীয় প্ৰতিবন্ধকৰ স্থানীয় অৱস্থা পৰিৱৰ্তন কৰিব নোৱাৰি।",
	"globalblocking-whitelist-legend": "স্থানীয় অৱস্থা পৰিৱর্তন কৰক",
	"globalblocking-whitelist-reason": " কাৰণ:",
	"globalblocking-whitelist-status": "স্থানীয় অৱস্থা:",
	"globalblocking-whitelist-statuslabel": "{{SITENAME}}ত এই গোলকীয় প্ৰতিবন্ধক নিষ্ক্ৰিয় কৰক",
	"globalblocking-whitelist-submit": "স্থানীয় অৱস্থা পৰিৱর্তন কৰক",
	"globalblocking-whitelist-whitelisted": "আপুনি {{SITENAME}}ত '''$1''' আই পি ঠিকনাৰ #$2 গোলকীয় প্ৰতিবন্ধক সফলতাৰে নিষ্ক্ৰিয় কৰিলে",
	"globalblocking-whitelist-dewhitelisted": "আপুনি {{SITENAME}}ত '''$1''' আই পি ঠিকনাৰ #$2 গোলকীয় প্ৰতিবন্ধক সফলতাৰে পুনঃসক্ৰিয় কৰিলে।",
	"globalblocking-whitelist-nochange": "আপুনি এই প্ৰতিবন্ধকৰ স্থানীয় অৱস্থাৰ পৰিৱৰ্তন কৰা নাই।\n[[Special:GlobalBlockList|গোলকীয় প্ৰতিবন্ধকৰ তালিকালৈ ঘূৰি যাওক]]।",
	"globalblocking-whitelist-intro": "আপুনি এই প্ৰপত্ৰ ব্যৱহাৰ কৰি এটা গোলকীয় প্ৰতিবন্ধকৰ স্থানীয় অৱস্থা সলাব পাৰিব।\nযদি এটা গোলকীয় প্ৰতিবন্ধক এই ৱিকিত নিষ্ক্ৰিয় হৈ আছে, তেন্তে প্ৰভাৱিত আইপি ঠিকনাৰ ব্যৱহাৰকাৰীসকলে কোনো অসুবিধা নোহোৱাকৈ সম্পাদনা কৰিব পাৰিব।\n[[Special:GlobalBlockList|গোলকীয় প্ৰতিবন্ধকৰ তালিকালৈ ঘূৰি যাওক]]।",
	"globalblocking-logpage": "গোলকীয় প্ৰতিবন্ধক ল'গ",
	"globalblocking-logpagetext": "এই ৱিকিত সৃষ্টি কৰা আৰু আঁতৰোৱা গোলকীয় প্ৰতিবন্ধকৰ ল'গ এখন তলত দিয়া হৈছে।\nমন কৰক যে আন ৱিকিতো গোলকীয় প্ৰতিবন্ধক সৃষ্টি বা আঁতৰ কৰিব পাৰে আৰু সেইবোৰে এই ৱিকিত প্ৰভাৱ পেলাব পাৰে।\nসকলো সক্ৰিয় গোলকীয় প্ৰতিবন্ধক চাবলৈ আপুনি [[Special:GlobalBlockList|গোলকীয় প্ৰতিবন্ধকৰ তালিকা]] চাব পাৰে।",
	"globalblocking-loglink": "আইপি ঠিকনা $1ক গোলকীয়ভাৱে বাৰণ কৰা হৈছে ([[{{#Special:GlobalBlockList}}/$1|সবিশেষ বিৱৰণ]])।",
	"globalblocking-showlog": "এই আইপি ঠিকনাটোক পূৰ্বতে অৱৰোধ কৰা হৈছিল।\nতথ্যসূত্ৰ হিচাপে তলত অৱৰোধ ল’গ দিয়া হ’ল:",
	"globalblocklist": "গোলকীয়ভাৱে বাৰণ কৰা আইপি ঠিকনাৰ তালিকা",
	"globalblock": "এটা আইপি ঠিকনা গোলকীয়ভাৱে বাৰণ কৰক",
	"globalblockstatus": "গ্লোবাল বাধাৰ স্থানীয় অৱস্থা",
	"removeglobalblock": "এটা গোলকীয় প্ৰতিবন্ধক আঁতৰাওক",
	"right-globalblock": "গোলকীয় প্ৰতিবন্ধক সৃষ্টি কৰক",
	"action-globalblock": "গোলকীয় প্ৰতিবন্ধক সৃষ্টি কৰক",
	"right-globalblock-whitelist": "স্থানীয়ভাৱে গোলকীয় প্ৰতিবন্ধক নিষ্ক্ৰিয় কৰক",
	"action-globalblock-whitelist": "স্থানীয়ভাৱে গোলকীয় প্ৰতিবন্ধক নিষ্ক্ৰিয় কৰক",
	"right-globalblock-exempt": "গোলকীয় প্ৰতিবন্ধক বাইপাছ কৰক",
	"action-globalblock-exempt": "গোলকীয় প্ৰতিবন্ধক বাইপাছ কৰক"
}
