{
	"@metadata": {
		"authors": [
			"Bishnu Saikia",
			"Chaipau",
			"Dibya Dutta",
			"Gitartha.bordoloi",
			"Matma Rex",
			"Psneog",
			"Simbu123"
		]
	},
	"centralauth": "গোলকীয় সদস্য ব্যৱস্থাপক",
	"centralauth-account-exists": "একাউণ্ট সৃষ্টি কৰিব পৰা নগ'ল: অনুৰোধ কৰা সদস্যনাম ইতিমধ্যে একত্ৰিত প্ৰৱেশ প্ৰণালীত গ্ৰহণ কৰা হৈছে।",
	"centralauth-account-exists-reset": "সদস্যনাম $1 এই ৱিকিত পঞ্জীয়ন কৰা হোৱা নাই, কিন্তু একত্ৰিত প্ৰৱেশ প্ৰণালীত ইয়াৰ অস্তিত্ব আছে।",
	"centralauth-admin-already-unmerged": "$1 এৰি যোৱা হৈছে, ইতিমধ্যে বিচ্ছিন্ন কৰা হৈছে",
	"centralauth-admin-bad-input": "একত্ৰীকৰণ নিৰ্বাচন অবৈধ",
	"centralauth-admin-blocklog": "ল'গ বাৰণ কৰক",
	"centralauth-admin-delete-button": "এই একাউণ্ট বিলোপ কৰক",
	"centralauth-admin-delete-confirm": "আপুনি এই একাউণ্টটো সঁচাকৈয়ে বিলোপ কৰিব বিচাৰিছে নেকি?",
	"centralauth-admin-delete-description": "গোলকীয় একাউণ্ট বিলোপ কৰিলে গোলকীয় পছন্দসমূহো বিলোপ হ'ব, সকলো স্থানীয় একাউণ্ট বিচ্ছিন্ন হ'ব, আৰু আন ব্যৱহাৰকাৰীৰ বাবে সেই গোলকীয় নামটো মুকলি হ'ব।\nসকলো স্থানীয় একাউণ্ট সক্ৰিয় হৈ থাকিব।\nএকত্ৰীকৰণৰ পূৰ্বে সৃষ্টি কৰা স্থানীয় একাউণ্টসমূহৰ গুপ্তশব্দ আগৰ ৰূপলৈ ঘূৰি যাব।",
	"centralauth-admin-delete-nonexistent": "ত্ৰুটি: গোলকীয় একাউণ্ট \"<nowiki>$1</nowiki>\"ৰ কোনো অস্তিত্ব নাই।",
	"centralauth-admin-delete-success": "\"<nowiki>$1</nowiki>\"ৰ বাবে গোলকীয় একাউণ্ট সফলতাৰে বিলোপ কৰা হ'ল",
	"centralauth-admin-delete-title": "একাউণ্ট বিলোপ কৰক",
	"centralauth-admin-hidden-list": "ৰাজহুৱা তালিকাৰ পৰা",
	"centralauth-admin-hidden-oversight": "অনৱেক্ষা",
	"centralauth-admin-info-attached": "সংযুক্ত একাউণ্টৰ সংখ্যা:",
	"centralauth-admin-info-editcount": "মুঠ সম্পাদনাৰ সংখ্যা:",
	"centralauth-admin-info-header": "গোলকীয় ব্যৱহাৰকাৰী তথ্য",
	"centralauth-admin-info-hidden": "গুপুত স্তৰ:",
	"centralauth-admin-info-locked": "বন্ধ:",
	"centralauth-admin-info-registered": "নিবন্ধিত",
	"centralauth-admin-intro": "গোলকীয় একাউণ্টৰ প্ৰশাসনৰ বাবে এই ইণ্টাৰফে'চ ব্যৱহাৰ কৰিব পাৰি।",
	"centralauth-admin-list-attached-on": "সংযুক্ত হৈ আছে",
	"centralauth-admin-list-blocked": "অৱৰোধ কৰা হৈছে",
	"centralauth-admin-list-editcount": "সম্পাদনা সংখ্যা",
	"centralauth-admin-list-legend-ro": "স্থানীয় একাউণ্টসমূহৰ তালিকা",
	"centralauth-admin-list-legend-rw": "স্থানীয় একাউণ্টৰ একত্ৰীকৰণ নোহোৱা কৰক",
	"centralauth-admin-list-localwiki": "স্থানীয় ৱিকি",
	"centralauth-admin-list-method": "পদ্ধতি",
	"centralauth-admin-logsnippet": "পূৰ্বৰ গোলকীয় একাউণ্ট সালসলনিসমূহ",
	"centralauth-admin-lookup-ro": "সদস্যৰ বিৱৰণ",
	"centralauth-admin-lookup-rw": "ব্যৱহাৰকাৰী একাউণ্টৰ ব্যৱস্থাপনা কৰক",
	"centralauth-admin-manage": "ব্যৱহাৰকাৰী তথ্যৰ ব্যৱস্থাপনা কৰক",
	"centralauth-admin-merge": "নিৰ্বাচিতসমূহ একত্ৰিত কৰক",
	"centralauth-admin-multi-bot": "শেহতীয়া সাল-সলনি",
	"centralauth-admin-no": "নহয়",
	"centralauth-admin-no-unified": "এই সদস্যনামৰ বাবে কোনো একত্ৰিত একাউণ্ট নাই।",
	"centralauth-admin-none-selected": "পৰিৱৰ্তনৰ বাবে কোনো একাউণ্ট নিৰ্বাচন কৰা হোৱা নাই।",
	"centralauth-admin-nonexistent": "\"<nowiki>$1</nowiki>\"ৰ বাবে কোনো গোলকীয় একাউন্ট নাই",
	"centralauth-admin-permission": "একমাত্ৰ ষ্টিৱাৰ্ডসকলে আন ব্যক্তিৰ একাউণ্ট তেওঁলোকৰ বাবে একত্ৰিত কৰিব পাৰে।",
	"centralauth-admin-reason": " কাৰণ:",
	"centralauth-admin-reason-other": "অন্য/অতিৰিক্ত কাৰণ:",
	"centralauth-admin-setstatus-success": "আপুনি এই গোলকীয় একাউণ্টৰ অৱস্থা সফলতাৰে সলনি কৰিছে।",
	"centralauth-admin-status": "গোলকীয় একাউণ্ট অৱস্থা ছেট কৰক",
	"centralauth-admin-status-hidden": "অদৃশ্য",
	"centralauth-admin-status-hidden-list": "ৰাজহুৱা তালিকাসমূহৰ পৰা একাউণ্ট গোপন কৰা হৈছে",
	"centralauth-admin-status-hidden-no": "একাউণ্ট গোপন কৰা নাই",
	"centralauth-admin-status-hidden-oversight": "একাউণ্ট সম্পূৰ্ণভাৱে গোপন কৰা হ'ল",
	"centralauth-admin-status-intro": "আপুনি এই প্ৰপত্ৰ ব্যৱহাৰ কৰি এই গোলকীয় একাউণ্টৰ অৱস্থা সলাব পাৰে।",
	"centralauth-admin-status-locked": "বন্ধ:",
	"centralauth-admin-status-locked-no": "একাউণ্ট বন্ধ কৰা নাই",
	"centralauth-admin-status-locked-yes": "একাউণ্টটোৰ পৰা সম্পাদনা বন্ধ কৰি ৰখা হৈছে",
	"centralauth-admin-status-nonexistent": "ত্ৰুটি: গোলকীয় একাউণ্ট \"<nowiki>$1</nowiki>\"ৰ কোনো অস্তিত্ব নাই।",
	"centralauth-admin-status-reasons": "* বন্ধ কৰাৰ সাধাৰণ কাৰণসমূহ\n** ধ্বংসপ্ৰৱণতা থকা একাউণ্ট\n** স্পাম বিয়পোৱা একাউণ্ট\n* বন্ধ আৰু লুকুৱাৰ সাধাৰণ কাৰণসমূহ\n** অনুপযুক্ত সদস্যনাম\n** অনুপযুক্ত ব্যক্তিগত তথ্য",
	"centralauth-admin-status-submit": "অৱস্থা ছেট কৰক",
	"centralauth-admin-suppressreason": "এই কাৰণসমূহৰ বাবে $1-য়ে গোলকীয়ভাৱে বাৰণ কৰিছে: $2",
	"centralauth-admin-unattached": "সংয়ুক্ত নহয়",
	"centralauth-admin-unhide-nonexistent": "ত্ৰুটি: গোলকীয় একাউণ্ট \"<nowiki>$1</nowiki>\"ৰ কোনো অস্তিত্ব নাই।",
	"centralauth-admin-unmerge": " বিচ্ছিন্নকৰণ নিৰ্বাচিত কৰা হৈছে",
	"centralauth-admin-unmerge-success": "$1 {{PLURAL:$1|একাউণ্ট|একাউণ্টসমূহ}} সফলতাৰে বিচ্ছিন্ন কৰা হৈছে",
	"centralauth-admin-username": "সদস্য নাম:",
	"centralauth-admin-yes": "হয়",
	"centralauth-attach-list-attached": "\"$1\" নামৰ একত্ৰিত একাউণ্টত তলৰ একাউণ্টসমূহ আছে:",
	"centralauth-attach-submit": "একাউন্ট স্থানান্তৰ কৰক",
	"centralauth-attach-success": "এই একাউণ্টটো একত্ৰিত একাউণ্টলৈ প্ৰব্ৰজন কৰোৱা হ'ল।",
	"centralauth-attach-text": "এই একাউণ্টটো এতিয়াও একত্ৰিত একাউণ্টলৈ প্ৰব্ৰজন কৰা হোৱা নাই।\nযদি গোলকীয় একাউণ্টটো আপোনাৰেই, তেন্তে আপুনি এই একাউণ্টটো তাৰ গুপ্তশব্দ টাইপ কৰি একত্ৰিত কৰিব পাৰে:",
	"centralauth-attach-title": "একাউণ্ট নিশ্চিত কৰক",
	"centralauth-block-already-locked": "সদস্য [[Special:CentralAuth/$1|$1]]ক ইতিমধ্যে গোলকীয়ভাৱে বাৰণ কৰা হৈছে।",
	"centralauth-centralautologin-logged-in": "আপুনি $1 হিচাপে কেন্দ্ৰীয়ভাৱে প্ৰৱেশ কৰিছে। আপোনাৰ ব্যৱহাৰকাৰী ছেটিংছ প্ৰয়োগ কৰিবলৈ পৃষ্ঠাটো পুনৰ ল'ড কৰক।",
	"centralauth-complete": "প্ৰৱেশ একত্ৰীকৰণ সমাপ্ত হৈছে!",
	"centralauth-complete-text": "আপুনি এতিয়া নতুন একাউণ্ট সৃষ্টি নকৰাকৈ {{int:Centralauth-groupname}}ৰ যিকোনো ৱিকি ছাইটত প্ৰৱেশ কৰিব পাৰিব।",
	"centralauth-days-ago": "$1 {{PLURAL:$1|দিন|দিন}} পূৰ্বে",
	"centralauth-desc": "{{int:Centralauth-groupname}} ৱিকিসমূহৰ মাজত [[Special:MergeAccount|একাউণ্ট একত্ৰিত]] কৰক",
	"centralauth-disabled-dryrun": "একাউণ্ট একত্ৰীকৰণ বৰ্তমান ডেম'/ডিবাগিং অৱস্থাত আছে, গতিকে মূল একত্ৰীকৰণ কাম নিষ্ক্ৰিয় হৈ আছে।\nক্ষমা কৰিব!",
	"centralauth-editgroup-display": "গোটৰ স্থানীয় নাম:",
	"centralauth-editgroup-display-edit": "$2 ([[MediaWiki:Group-$1|সম্পাদনা কৰক]])",
	"centralauth-editgroup-editsets": "([[Special:EditWikiSets|সম্পাদনা]])",
	"centralauth-editgroup-fieldset": "$1ৰ বাবে অনুমতিসমূহ",
	"centralauth-editgroup-member": "গোটৰ সদস্যসকলৰ স্থানীয় নাম:",
	"centralauth-editgroup-member-edit": "$2 ([[MediaWiki:Group-$1-member|সম্পাদনা কৰক]])",
	"centralauth-editgroup-members": "সদস্য তালিকা:",
	"centralauth-editgroup-members-link": "[[Special:GlobalUsers/$1|$2 অধিকাৰ থকা সদস্যসকলৰ তালিকা]]",
	"centralauth-editgroup-name": "গোটৰ নাম:",
	"centralauth-editgroup-noset": "(একো নাই)",
	"centralauth-editgroup-perms": "প্ৰদান কৰা অনুমতিসমূহ:",
	"centralauth-editgroup-reason": "কাৰণ:",
	"centralauth-editgroup-restrictions": "এই গোটটো সক্ৰিয় হৈ থকা ৱিকিসমূহৰ ছেট",
	"centralauth-editgroup-submit": "গোটৰ অনুমতিসমূহৰ সালসলনি সাঁচি ৰাখক",
	"centralauth-editgroup-success": "গোটৰ অনুমতিসমূহ সলনি কৰা হৈছে",
	"centralauth-editgroup-success-text": "আপুনি $1 গোটৰ বাবে অনুমতিসমূহ সফলতাৰে সলনি কৰিছে।\n[[Special:GlobalGroupPermissions|গোট ব্যৱস্থাপনালৈ ঘূৰি যাওক]]",
	"centralauth-editset": "ৱিকি সংহতিসমূহ",
	"centralauth-editset-badname": "অবৈধ বা খালী সংহতি নাম।",
	"centralauth-editset-badtype": "অবৈধ সংহতি প্ৰকাৰ।",
	"centralauth-editset-badwikis": "{{PLURAL:$2|ৱিকি|ৱিকিসমূহ}}ৰ অস্তিত্ব নাই: $1।",
	"centralauth-editset-intro-ro": "ইতিমধ্যে থকা ৱিকি সংহতিসমূহৰ তালিকা তলত দিয়া হৈছে।",
	"centralauth-editset-intro-rw": "তলৰ ৱিকি সংহতিসমূহ ইতিমধ্যে সৃষ্টি কৰা হৈছে।\nআপুনি সেইবোৰ চাব বা সম্পাদনা কৰিব পাৰে, বা নতুন এটা সৃষ্টি কৰিব পাৰে।",
	"centralauth-editset-item-rw": "[[Special:WikiSets/$2|$1]] ([[Special:WikiSets/delete/$2|বিলোপ কৰক]])",
	"centralauth-editset-legend-delete": "ৱিকি সংহতি \"$1\" বিলোপ কৰা হৈছে",
	"centralauth-editset-legend-edit": "ৱিকি সংহতি \"$1\" সম্পাদনা কৰা হৈছে",
	"centralauth-editset-legend-new": "নতুন ৱিকি সংহতি সৃষ্টি কৰি থকা হৈছে",
	"centralauth-editset-legend-ro": "ৱিকি সংহতিসমূহৰ তালিকা",
	"centralauth-editset-legend-rw": "ৱিকি সংহতি সম্পাদনা বা সৃষ্টি কৰক",
	"centralauth-editset-legend-view": "ৱিকি সংহতি \"$1\"",
	"centralauth-editset-name": "নাম:",
	"centralauth-editset-new": "এটা নতুন সংহতি সৃষ্টি কৰক",
	"centralauth-editset-notfound": "ৱিকি সংহতি \"$1\" বিচাৰি পোৱা নগ'ল।",
	"centralauth-editset-nouse": "(একো নাই)",
	"centralauth-editset-nowikis": "কোনো ৱিকি নিৰ্দিষ্ট কৰা নাই।",
	"centralauth-editset-optin": "অপ্ট্‌-ইন ভিত্তিক (কেৱল নিৰ্দিষ্ট ৱিকিহে আছে)",
	"centralauth-editset-optout": "অপ্ট্‌-আউট ভিত্তিক (নিৰ্দিষ্ট ৱিকিৰ বাহিৰে আন সকলোবোৰ আছে)",
	"centralauth-editset-reason": "কাৰণ:",
	"centralauth-editset-restwikis": "ওপৰত অন্তৰ্ভুক্ত নোহোৱা ৱিকিসমূহ:",
	"centralauth-editset-return": "মুখ্য দৰ্শনলৈ ঘূৰি যাওক",
	"centralauth-editset-setexists": "এই নামৰ সংহতি ইতিমধ্যে আছেই",
	"centralauth-editset-submit": "দাখিল কৰক",
	"centralauth-editset-submit-delete": "বিলোপন",
	"centralauth-editset-success": "ৱিকি সংহতি সফলতাৰে সলনি কৰা হৈছে।",
	"centralauth-editset-success-delete": "ৱিকি সংহতি সফলতাৰে বিলোপ কৰা হৈছে।",
	"centralauth-editset-type": "প্ৰকাৰ:",
	"centralauth-editset-usage": "এই গোটসমূহত ব্যৱহৃত হৈছে:",
	"centralauth-editset-wikis": "ৱিকিসমূহ:",
	"centralauth-error-locked": "আপোনাৰ একাউণ্টটো বন্ধ হৈ আছে কাৰণে আপুনি সম্পাদনা কৰিব নোৱাৰে।",
	"centralauth-finish-incomplete": "এই গুপ্তশব্দ ব্যৱহাৰ কৰি কেইবাটাও একাউণ্ট একত্ৰিত কৰা হৈছিল।\nআন একাউণ্টসমূহ এতিয়াও নিশ্চিত কৰা হোৱা নাই।",
	"centralauth-finish-login": "প্ৰৱেশ",
	"centralauth-finish-noconfirms": "এই গুপ্তশব্দ ব্যৱহাৰ কৰি কোনো একাউণ্ট নিশ্চিত কৰিব পৰা নগ'ল।",
	"centralauth-finish-password": "গুপ্তশব্দ",
	"centralauth-finish-problems": "আপোনাৰ সমস্যা হৈছে নেকি, বা এই আন একাউণ্টসমূহ আপোনাৰ নহয় নেকি?\n[[m:Special:MyLanguage/Help:Unified login|কিদৰে সহায় বিচাৰিব]]…",
	"centralauth-finish-send-confirmation": "ই-মেইলৰ গুপ্তশব্দ",
	"centralauth-finish-text": "যদি এই একাউণ্টসমূহ আপোনাৰেই, তেন্তে আপুনি ইয়াত আন একাউণ্টসমূহৰ গুপ্তশব্দ টাইপ কৰি লগ্‌ ইন একত্ৰীকৰণ প্ৰক্ৰিয়া সমাপ্ত কৰিব পাৰে:",
	"centralauth-finish-title": "একত্ৰীকৰণ কৰা হ’ল",
	"centralauth-foreign-contributions": "$2ত $1 {{PLURAL:$1|বৰঙণি|বৰঙণি}}",
	"centralauth-foreign-link": "$2ত ব্যৱহাৰকাৰী $1",
	"centralauth-globalgroupperms-creategroup-submit": "অনুমতি প্ৰদান কৰক",
	"centralauth-globalgroupperms-newgroupname": "নতুন গোটৰ নাম:",
	"centralauth-globalgroupperms-nogroups": "কোনো গোলকীয় গোট নিৰ্ধাৰণ কৰা নাই।",
	"centralauth-hidden-blockreason": " এই কাৰণৰ বাবে $1ৰ দ্বাৰা $2ত গোলকীয়ভাৱে গোপন কৰা হৈছে: $3",
	"centralauth-hours-ago": "$1 {{PLURAL:$1|ঘন্টা|ঘন্টা}} পূৰ্বে",
	"centralauth-incomplete": "একাউণ্ট একত্ৰীকৰণ সমাপ্ত হোৱা নাই!",
	"centralauth-incomplete-text": "আপোনাৰ প্ৰৱেশ একত্ৰীকৰণ সমাপ্ত হ'লে আপুনি নতুন একাউণ্ট সৃষ্টি নকৰাকৈ {{int:Centralauth-groupname}}ৰ যিকোনো ৱিকি ছাইটত প্ৰৱেশ কৰিব পাৰিব।",
	"centralauth-invalid-wiki": "তেনে কোনো ৱিকি তথ্যকোষ নাই: $1",
	"centralauth-list-attached": "তলত দিয়া ছাইটসমূহৰ \"$1\" নামৰ একাউণ্টটো স্বয়ংক্ৰিয়ভাৱে একত্ৰিত একাউণ্টৰ লগত সংযোগ কৰা হৈছে:",
	"centralauth-list-attached-dryrun": "তলত দিয়া ছাইটসমূহৰ \"$1\" নামৰ একাউণ্টটো স্বয়ংক্ৰিয়ভাৱে একত্ৰিত একাউণ্টৰ লগত সংযোজিত কৰা হ'ব:",
	"centralauth-list-attached-title": "সংযোজিত একাউণ্ট",
	"centralauth-list-home-dryrun": "এই ৱিকিত দিয়া গুপ্তশব্দ আৰু ই-মেইল ঠিকনা আপোনাৰ একত্ৰিত একাউণ্টৰ বাবে ব্যৱহৃত হ'ব।",
	"centralauth-list-home-title": "মুখ্য ৱিকি",
	"centralauth-list-unattached": "{{PLURAL:$2|ছাইটটোত|ছাইটসমূহত}} থকা \"$1\" নামৰ {{PLURAL:$2|একাউণ্টটো|একাউণ্টকেইটা}} আপোনাৰ হয়নে নহয় সেয়া স্বয়ংক্ৰিয়ভাৱে নিশ্চিত কৰিব পৰা নগ'ল;\nসম্ভৱতঃ {{PLURAL:$2|ইয়াৰ|সেইবোৰৰ}} গুপ্তশব্দ আপোনাৰ প্ৰাথমিক একাউণ্টতকৈ বেলেগ:",
	"centralauth-list-unattached-title": "অসংযোজিত একাউণ্ট",
	"centralauth-listusers-attached": "[[User:$1|স্থানীয়ভাৱে আছে]]",
	"centralauth-listusers-locked": "বন্ধ",
	"centralauth-listusers-nolocal": "বিচ্ছিন্ন বা স্থানীয়ভাৱে অস্তিত্ব নাই",
	"centralauth-log-entry-hide": "গোলকীয় একাউণ্ট \"$1\" গোপন কৰা হৈছে",
	"centralauth-log-entry-lock": "গোলকীয় একাউণ্ট \"$1\" বন্ধ কৰা হৈছে",
	"centralauth-log-entry-lockandhide": "গোলকীয় একাউণ্ট \"$1\" বন্ধ আৰু গোপন কৰা হৈছে",
	"centralauth-log-entry-unhide": "গোলকীয় একাউণ্ট \"$1\"ৰ আঁৰ মুকলি কৰা হৈছে",
	"centralauth-log-entry-unlock": "গোলকীয় একাউণ্ট \"$1\" খুলি দিয়া হৈছে",
	"centralauth-log-header": "এই ল'গত গোলকীয় একাউণ্টৰ পৰিচালনাৰ কাৰ্যক্ৰম আছে: বিলোপন, বন্ধ আৰু পুনৰ খুলি দিয়া।",
	"centralauth-log-name": "গোলকীয় একাউণ্ট লগ",
	"centralauth-log-status-hidden": "অদৃশ্য",
	"centralauth-log-status-locked": "অৱৰোধ কৰা হৈছে",
	"centralauth-log-status-none": "একো নাই",
	"centralauth-log-status-oversighted": "অনৱেক্ষা",
	"centralauth-logout-no-others": "{{int:Centralauth-groupname}}ৰ আন প্ৰকল্পসমূহৰ পৰা আপোনাক স্বয়ংক্ৰিয়ভাৱে লগ্‌ আউট কৰোৱা হৈছে।",
	"centralauth-logout-progress": "{{int:Centralauth-groupname}}ৰ আন ৱিকিসমূহৰ পৰা আপোনাক লগ্‌ আউট কৰোৱা হৈছে:",
	"centralauth-merge-attempt": "'''বাকী থকা একত্ৰিত নোহোৱা একাউণ্টৰ বিপৰীতে প্ৰদত্ত গুপ্তশব্দ পৰীক্ষা কৰা হৈছে…'''",
	"centralauth-merge-denied": "ক্ষমা কৰিব, এই পৃষ্ঠাত আপোনাৰ প্ৰবেশাধিকাৰ নাই।",
	"centralauth-merge-dryrun-complete": "সকলো একাউণ্ট স্বয়ংক্ৰিয়ভাৱে একীভূত কৰিব পাৰি!\n\nআপোনাৰ একাউণ্টত একো সালসলনি কৰা হোৱা নাই।",
	"centralauth-merge-dryrun-home": "আপোনাৰ সদস্যনামত থকা প্ৰধান ৱিকি একাউণ্টটো যে আপোনাৰেই সেয়া প্ৰব্ৰজন প্ৰণালীয়ে নিশ্চিত কৰিব পৰা নাই।\n\nআপোনাৰ সদস্যনামৰ বাবে আন এটা ৱিকি প্ৰধান হিচাপে নিৰ্ধাৰণ কৰা হৈছিল; তলৰ লিংকটোত ক্লিক কৰি আৰু লগ্‌ ইন কৰি আপোনাৰ একাউণ্ট প্ৰব্ৰজন সমাপ্ত কৰক।",
	"centralauth-merge-dryrun-incomplete": "আপুনি আগবাঢ়িব খুজিছে, কিন্তু কিছুমান একাউণ্ট স্বয়ংক্ৰিয়ভাৱে নিশ্চিত কৰিব পৰা নগ'ল আৰু সেইবোৰ ততালিকে প্ৰব্ৰজন কৰোৱা নহ'ব।\nআপুনি পিছত সেইবোৰ একত্ৰিত কৰিব পাৰিব।\n\nআপোনাৰ একাউণ্টত একো সালসলনি কৰা হোৱা নাই।",
	"centralauth-merge-dryrun-or": "'''অথবা'''",
	"centralauth-merge-home-password": "এই একাউণ্টৰ (তলত দিয়া হৈছে) প্ৰধান ৱিকিত আপুনি লিখা গুপ্তশব্দটো নাই।\nঅনুগ্ৰহ কৰি প্ৰধান ৱিকিৰ গুপ্তশব্দ লিখক।",
	"centralauth-merge-method-admin": "প্ৰশাসক একীভূত একাউণ্ট",
	"centralauth-merge-method-admin-desc": "সূচায় যে স্থানীয় একাউণ্টটো ষ্টিৱাৰ্ডে একত্ৰিত কৰিলে।\nসুৰক্ষাজনিত কাৰণত এই বৈশিষ্টটো নিষ্ক্ৰিয় কৰা হৈছে।",
	"centralauth-merge-method-empty": "কোনো বৰঙণি নাই",
	"centralauth-merge-method-empty-desc": "সূচায় যে কোনো সম্পাদনা নোহোৱা বাবে স্থানীয় একাউণ্টটো একত্ৰিত কৰা হ'ল।",
	"centralauth-merge-method-login": "প্ৰৱেশৰ ওপৰত ভিত্তি কৰি সৃষ্টি",
	"centralauth-merge-method-login-desc": "সূচায় যে ব্যৱহাৰকাৰীজনে প্ৰৱেশ কৰোঁতে স্থানীয় একাউণ্টটো সৃষ্টি কৰা হৈছিল।",
	"centralauth-merge-method-mail": "ই-মেইলৰ দ্বাৰা নিশ্চিত কৰা হৈছে",
	"centralauth-merge-method-mail-desc": "সূচায় যে ইয়াৰ ই-মেইল ঠিকনাটো মুখ্য ৱিকিৰ ই-মেইল ঠিকনাৰ লগত মিলা বাবে স্থানীয় একাউণ্টটো একত্ৰিত কৰা হ'ল।",
	"centralauth-merge-method-new": "নতুন একাউণ্ট",
	"centralauth-merge-method-new-desc": "সূচায় যে স্থানীয় একাউণ্টটো সৃষ্টি কৰোঁতে গোলকীয় একাউণ্টটোও স্বয়ংক্ৰিয়ভাৱে সৃষ্টি কৰা হৈছিল।",
	"centralauth-merge-method-password": "গুপ্তশব্দৰ জৰিয়তে নিশ্চিত কৰা হৈছে",
	"centralauth-merge-method-password-desc": "সূচায় যে সদস্যজনে এটা বৈধ গুপ্তশব্দ নিৰ্দেশ কৰা বাবে স্থানীয় একাউণ্টটো একত্ৰিত কৰা হ'ল।",
	"centralauth-merge-method-primary": "মুখ্য ৱিকি",
	"centralauth-merge-method-primary-desc": "এই ৱিকিত একাউণ্টটো প্ৰথমে একত্ৰিত কৰা হৈছিল।\nমন কৰিব যে ই সেই ব্যৱহাৰকাৰীজনৰ মুখ্য ৱিকিতকৈ বেলেগ হ'ব পাৰে।",
	"centralauth-merge-no-accounts": "কেন্দ্ৰীয় একাউণ্ট ট্ৰেকিং তালিকাত আপোনাৰ নামৰ লগত মিলা একাউণ্ট পোৱা নগ'ল!\nতথ্যকোষত কিবা ত্ৰুটি ঘটিছে।",
	"centralauth-merge-notlogged": "অনুগ্ৰহ কৰি আপোনাৰ একাউণ্টসমূহ সম্পূৰ্ণ একত্ৰিত হ'লনে নাই চাবৰ বাবে <span class=\"plainlinks\">[$1 লগ্‌ ইন]</span> কৰক।",
	"centralauth-merge-step1-detail": "অনুগ্ৰহ কৰি আপোনাৰ একাউণ্টৰ গুপ্তশব্দ লিখক।\nআপোনাৰ গুপ্তশব্দ আৰু পঞ্জীভূত ই-মেইল ঠিকনা আন ৱিকিৰ একাউণ্টসমূহৰ লগত মিলাই চোৱা হ'ব।\nআপুনি সকলোবোৰ ঠিকমতে আছে বুলি নজনোৱালৈকে একো সালসলনি কৰা নহয়।",
	"centralauth-merge-step1-submit": "প্ৰৱেশ একীভূতকৰণ নিশ্চিত কৰক",
	"centralauth-merge-step1-title": "প্ৰৱেশ একীভূতকৰণ আৰম্ভ কৰক",
	"centralauth-merge-step2-detail": "কিছুসংখ্যক একাউণ্ট আপোনাৰ প্ৰধান ৱিকি একাউণ্টৰ লগত স্বয়ংক্ৰিয়ভাৱে মিলাব পৰা নগ'ল।\nযদি একাউণ্টসমূহ আপোনাৰেই, তেন্তে আপুনি সকলোৰে গুপ্তশব্দ দি সেইবোৰ আপোনাৰ বুলি জনাওক।",
	"centralauth-merge-step2-submit": "প্ৰৱেশৰ তথ্য নিশ্চিত কৰক",
	"centralauth-merge-step2-title": "অধিক একাউণ্ট নিশ্চিত কৰক",
	"centralauth-merge-step3-detail": "আপুনি আপোনাৰ একত্ৰিত একাউণ্ট সৃষ্টি কৰিবলৈ সাজু হৈছে; ইয়াত তলৰ ৱিকিসমূহ সংযুক্ত হ'ব:",
	"centralauth-merge-step3-submit": "একাউণ্ট একত্ৰিত কৰক",
	"centralauth-merge-step3-title": "একত্ৰিত একাউণ্ট সৃষ্টি কৰক",
	"centralauth-merge-welcome": "'''আপোনাৰ সদস্য একাউণ্ট {{int:Centralauth-groupname}}ৰ একীভূত লগ্‌ইন প্ৰণালীলৈ প্ৰব্ৰজন হোৱা নাই।'''\n\nআপোনাৰ একাউণ্ট প্ৰব্ৰজন কৰাব বিচাৰিলে আপুনি {{int:Centralauth-groupname}}ৰ সকলো ৱিকিত একে সদস্যনাম আৰু গুপ্তশব্দৰে প্ৰৱেশ কৰিব পাৰিব।\n\nযদি আপোনাৰ সদস্যনাম আন কোনোবাই বেলেগ ছাইটৰ ব্যৱহাৰ কৰিছে তেন্তে ই তেওঁক অসুবিধাত নেপেলায়, কিন্তু আপুনি পিছত এই কথাটো তেওঁ বা প্ৰশাসকৰ লগত আলোচনা কৰিবলৈ সুযোগ পাব।",
	"centralauth-mergeaccount-desc": "এজন ব্যৱহাৰকাৰীৰ প্ৰৱেশৰ বাবে [[Special:MergeAccount|একাধিক একাউণ্টৰ একত্ৰীকৰণ]]",
	"centralauth-minutes-ago": "$1 {{PLURAL:$1|মিনিট|মিনিট}} পূৰ্বে",
	"centralauth-months-ago": "$1 {{PLURAL:$1|মাহ|মাহ}} পূৰ্বে",
	"centralauth-newgroup-intro": "এই প্ৰপত্ৰ ব্যৱহাৰ কৰি আপুনি এটা নতুন গোটক অনুমতি প্ৰদান কৰিব পাৰে।\nমন কৰক যে অনুমতি প্ৰদান নকৰিলে গোটটোৰ কোনো অস্তিত্ব নাথাকে।",
	"centralauth-newgroup-legend": "নতুন গোট সৃষ্টি কৰক",
	"centralauth-not-owner-text": "\"$1\" সদস্যনামটো স্বয়ংক্ৰিয়ভাৱে $2 একাউণ্টৰ অধিকাৰীক প্ৰদান কৰা হ'ল।\n\nযদি এয়া আপুনিয়েই, তেন্তে আপুনি সেই একাউণ্টৰ গুপ্তশব্দ টাইপ কৰি প্ৰৱেশ একত্ৰীকৰণ সমাপ্ত কৰিব পাৰে।",
	"centralauth-notice-dryrun": "কেৱল পৰীক্ষামূলক অৱস্থা",
	"centralauth-prefs-count-attached": "আপোনাৰ একাউণ্টটো $1টা প্ৰকল্প {{PLURAL:$1|ছাইট}}ত সক্ৰিয় হৈ আছে।",
	"centralauth-prefs-count-unattached": "আপোনাৰ নাম থকা অনিশ্চিত একাউণ্ট $1 {{PLURAL:$1|প্ৰকল্প|প্ৰকল্পসমূহ}}ত আছে।",
	"centralauth-prefs-detail-unattached": "এই প্ৰকল্প ছাইট গোলকীয় একাউণ্টৰ অন্তৰ্গত বুলি নিশ্চিত কৰা হোৱা নাই।",
	"centralauth-prefs-manage": "আপোনাৰ গোলকীয় একাউণ্টৰ ব্যৱস্থাপনা কৰক",
	"centralauth-prefs-not-managed": "একত্ৰিত একাউণ্ট ব্যৱহাৰ কৰা নাই",
	"centralauth-prefs-status": "গোলকীয় একাউণ্ট:",
	"centralauth-prefs-unattached": "অনিশ্চিত",
	"centralauth-prefs-view": "আপোনাৰ গোলকীয় একাউণ্ট তথ্য চাওক",
	"centralauth-readmore-text": "''[[m:Special:MyLanguage/Help:Unified login|'''একত্ৰিত লগ্‌ ইন'''ৰ বিষয়ে অধিক জানক]]…''",
	"centralauth-readonly": "CentralAuth তথ্যকোষ বন্ধ",
	"centralauth-readonlytext": "নতুন প্ৰৱেশ আৰু আন সালসলনিৰ বাবে CentralAuth তথ্যকোষ বন্ধ কৰি ৰখা হৈছে। নিয়মিত চোৱাচিতা শেষ হ'লেই ই স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব।",
	"centralauth-rename-progress-username": "সদস্যনাম",
	"centralauth-rename-viewprogress": "অগ্ৰগতি চাওক",
	"centralauth-renameuser-merged": "ব্যৱহাৰকাৰী $1ক একত্ৰিত প্ৰৱেশ প্ৰণালীলৈ প্ৰব্ৰজন কৰোৱা হৈছে।\nনতুন নাম দিলে স্থানীয় একাউণ্ট গোলকীয়টোৰ পৰা বিচ্ছিন্ন হ'ব।",
	"centralauth-renameuser-reserved": "ব্যৱহাৰকাৰী $2 এটা গোলকীয় একাউণ্টৰ বাবে সংৰক্ষিত।",
	"centralauth-rightslog-entry-groupperms": "$1-ৰ গোট অনুমতিসমূহ $2-ৰ পৰা $3-লৈ সলনি কৰা হ'ল",
	"centralauth-rightslog-header": "এই ল'গত গোলকীয় গোটসমূহৰ কাৰ্যক্ৰম আছে: সদস্যপদ আৰু অনুমতি সালসলনিসমূহ",
	"centralauth-rightslog-name": "গোলকীয় অধিকাৰ অভিলেখ",
	"centralauth-rightslog-set-optin": "অপ্ট-ইন্‌ ভিত্তিক",
	"centralauth-rightslog-set-optout": "অপ্ট-আউট ভিত্তিক",
	"centralauth-ro": "গোলকীয় একাউণ্টৰ তথ্য",
	"centralauth-seconds-ago": "$1 {{PLURAL:$1|ছেকেণ্ড|ছেকেণ্ড}} পূৰ্বে",
	"centralauth-token-mismatch": "ক্ষমা কৰিব, চেছন ডেটা হেৰাই যোৱা বাবে আপোনাৰ প্ৰপত্ৰ জমাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ নহ'ল।",
	"centralauth-years-ago": "$1 {{PLURAL:$1|বছৰ|বছৰ}} পূৰ্বে",
	"centralautologin": "কেন্দ্রীয় প্রৱেশ",
	"globalgroupmembership": "গোলকীয় গোটৰ সদস্যপদ",
	"globalgrouppermissions": "গোলকীয় গোটৰ ব্যৱস্থাপনা",
	"globalrenameprogress": "গোলকীয় নাম সলনিৰ অগ্ৰগতি",
	"globalrenameprogress-legend": "গোলকীয় নাম সলনিৰ অগ্ৰগতি চাওক",
	"globalrenamequeue-request-userinfo-global": "* সদস্য: [[Special:CentralAuth/$1|$1]]\n* গৃহ ৱিকি: $2\n* নতুন নাম: [[Special:CentralAuth/$3|$3]]\n* গোলকীয় সম্পাদনাৰ সংখ্যা: $4",
	"globalrenamerequest": "গোলকীয় সদস্য একাউণ্টৰ নাম সলনিৰ অনুৰোধ",
	"globalrenamerequest-newname-help": "আপুনি ব্যৱহাৰ কৰিব বিচৰা নতুন সদস্যনামটো লিখক, যেনে: \"$1\"।",
	"globalrenamerequest-newname-label": "অনুৰোধ কৰা সদস্যনাম:",
	"globalrenamerequest-pretext": "সকলো প্ৰকল্পতে ব্যৱহাৰ কৰিব পৰা এক নতুন সদস্যনাম অনুৰোধ কৰক।\n\nআপুনি আগতে কৰা সকলো বৰঙণি এই নতুন সদস্যনামৰ সৈতে সংযোজিত হ'ব।\n\nএই প্ৰ-পত্ৰৰ জৰিয়তে কৰা অনুৰোধৰ এখন তালিকা নাম সলনিৰ কাৰ্য সম্পাদন কৰিবলৈ সক্ষম সদস্যসকলৰ বাবে উপলব্ধ হ'ব। এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'লে আপোনাক ই-মেইলযোগে জাননী দিয়া হ'ব।\n\nআপুনি যদি এই নাম সলনিৰ অনুৰোধ গোপনীয়তা বা নামহীনতাৰ আকাংক্ষা কৰি কৰিছে, অনুগ্ৰহ কৰি মন কৰিব যে আপোনাৰ পুৰণা নামৰ এটা স্থায়ী অভিলেখৰ ৰেকৰ্ড সৃষ্টি কৰা হ'ব। আনহাতে, আপুনি [[Special:CreateAccount|এটা পৃথক আৰু স্বতন্ত্ৰ নতুন একাউণ্ট সৃষ্টি কৰাৰ]] কথা বিবেচনা কৰিব পাৰে, আৰু আপোনাৰ চলিত একাউণ্টটো যাদৃচ্ছিক কিবা এটালৈ পুনৰ নামকৰণ কৰি ইয়াক বৰ্জন কৰাৰ কথা বিবেচনা কৰিব পাৰে।",
	"globalrenamerequest-reason-label": "অনুৰোধৰ কাৰণ",
	"globalrenamerequest-submit-text": "নাম সলনিৰ অনুৰোধ কৰক",
	"globalrenamerequest-username-label": "বৰ্তমানৰ সদস্যনাম:",
	"globalusers": "গোলকীয় ব্যৱহাৰকাৰীৰ তালিকা",
	"mergeaccount": "প্ৰৱেশ একত্ৰীকৰণ অৱস্থা",
	"right-centralauth-lock": "গোলকীয় একাউণ্ট বন্ধ বা গোপন কৰক",
	"right-centralauth-merge": "তেওঁলোকৰ একাউণ্ট একত্ৰিত কৰক",
	"right-centralauth-suppress": "গোলকীয় একাউণ্ট নিবাৰণ কৰক",
	"right-centralauth-unmerge": "গোলকীয় একাউণ্টৰ একত্ৰীকৰণ নোহোৱা কৰক",
	"right-globalgroupmembership": "গোলকীয় গোটৰ সদস্যপদ সম্পাদনা কৰক",
	"right-globalgrouppermissions": "গোলকীয় গোটসমূহৰ ব্যৱস্থাপনা কৰক"
}
